I am now accessing as a :

Government Of Assam Information, Public Relations, Printing & Stationery Department

প্ৰকাশন

তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে চৰকাৰী কাৰ্য্যসূচী, পৰিকল্পনা, কৃতিত্ব, বিভিন্ন সম্প্ৰদায়ৰ সংস্কৃতি আৰু পৰম্পৰা, ৰাজ্যৰ ভিন্ন ঠাইৰ গুৰুত্ব, উৎসৱ পাৰ্বন ইত্যাদি বিষয়ে কিতাপ আলোচনী ইত্যাদিত প্ৰকাশ কৰি আহিছে। বিভাগে পষেকীয়া আলোচনী ‘ৰাইজৰ বাতৰি’ চৰকাৰৰ বিভাগীয় পৰিকল্পনা আৰু কাৰ্য্যসূচী জনসাধাৰণৰ মাজত প্ৰচাৰ কৰাৰ উদ্দেশ্য আগত লৈ প্ৰকাশ কৰি আহিছে। এই উদ্দেশ্যে, এগৰাকী বিশেষ সম্পাদকক নিয়োগ কৰা হৈছে।

২০১৬-১৭ বিত্তীয় বৰ্ষ

বিভাগে প্ৰকাশ কৰি উলিয়াইছে:

  • অসমা, অসম ইনফৰমেশ্যন
  • টেবুল কেলেণ্ডাৰ (অসমীয়া আৰু ইংৰাজী বৰ্ষ)
  • অসম ইয়াৰ বুক ২০১৬
  • টেলিগাইড ২০১৬
  • ফোল্ডাৰ (প্ৰকাৰ ১,২,৩)

অৱশ্যে শেহতীয়াকৈ বিভাগে ‘অসমা’, 'আসাম ইনফৰমেশ্যন', 'অসম য়াৰ কেলেণ্ডাৰ' আৰু 'অসম য়াৰ বুক, ২০১৬' ৰ প্ৰকাশ বন্ধ কৰিছে।

২০১৭-১৮ বিত্তীয় বৰ্ষ

বিভাগে প্ৰকাশৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে:

  • টেবুল কেলেণ্ডাৰ (ইংৰাজী বৰ্ষ)
  • অসমীয়া বছৰৰ কেলেণ্ডাৰ
  • অসম ইয়াৰ বুক ২০১৮
  • টেলিগাইড ২০১৮
  • ফোল্ডাৰ (প্ৰকাৰ ১,২,৩)
  • কৃতিত্বৰ ওপৰত প্ৰকাশিত পুথি
  • পত্ৰিকা