মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Information, Public Relations, Printing & Stationery Department

অসমৰ পষেকীয়া আলোচনী: ৰাইজৰ বাতৰি

ৰাইজৰ বাতৰি তথ্য আৰু জনসংযোগ বিভাগৰ পষেকীয়া আলোচনী। এই আলোচনী প্ৰকাশৰ প্ৰধান লক্ষ্য হৈছে চৰকাৰৰ পৰিকল্পনা, নীতি, কাৰ্য্যসূচী আৰু উন্নয়ন আঁচনিসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰি জনসাধাৰণৰ মাজত সচেতনতা সৃষ্টি কৰা। এই আলোচনীয়ে ৰাজ্যৰ বিভিন্ন বা-বাতৰি আৰু কৃতিত্বসমূহৰ খবৰ জনসাধাৰণক অৱগত কৰে। ৰাইজৰ সমৰ্থন লাভ কৰাই এই আলোচনীৰ উদ্দেশ্য।

১৯৭২ চনত তথ্য আৰু জনসংযোগ বিভাগৰ পৰা ৰাইজৰ বাতৰি চৰকাৰী বাতৰি কাকত হিচাপেহে প্ৰকাশ পাইছিল। কিছু সময়ৰ বাবে স্থগিত হ’লেও জনসাধাৰণৰ বাৰ্তাবাহী এক শক্তিশালী মাধ্যম ৰূপে ই সদায় সেৱা আগবঢ়াই আহিছে আৰু ইয়েই একমাত্ৰ কাৰণ যাৰ বাবে ২০১৬ ৰ ডিচেম্বৰত ই আলোচনীৰ ৰূপত আকৌ এবাৰ আত্মপ্ৰকাশ কৰিছে। এই আলোচনীৰ প্ৰধান উদ্দেশ্য হৈছে জনসাধাৰণক চৰকাৰৰ অধিক ওচৰ চপাই নিয়া। ইয়েই একমাত্ৰ কাৰণ যাৰ বাবে এই আলোচনীয়ে সদায় যুৱপ্ৰজন্ম আৰু সাধাৰণ নাগৰিকক ইয়াত অংশগ্ৰহণৰ বাবে আৰু বিভিন্ন কল্যাণকামী আঁচনিসমূহৰ লাভ গ্ৰহণ কৰিবলৈ উদগনি যোগাই আহিছে।

সম্পাদক, ৰাইজৰ বাতৰি : শ্ৰীযুত ভূপেন্দ্ৰ নাথ ভট্টাচাৰ্য্য

আলোচনীখন তলত উল্লিখিত লিংকৰ পৰা ডাউনলোড কৰিব পাৰে:

Issue-1:

নামলিংক
কভাৰডাউনলোড
Pharma-1ডাউনলোড
Pharma-2ডাউনলোড
Pharma-3ডাউনলোড
Pharma-4ডাউনলোড
Pharma-5ডাউনলোড
Pharma-6ডাউনলোড
Pharma-7ডাউনলোড
Pharma-8ডাউনলোড
Pharma-9ডাউনলোড

Issue-2:

NameLink
Coverডাউনলোড
Pharma-1ডাউনলোড
Pharma-2ডাউনলোড
Pharma-3ডাউনলোড
Pharma-4ডাউনলোড
Pharma-5ডাউনলোড
Pharma-6ডাউনলোড
Pharma-7ডাউনলোড
Pharma-8ডাউনলোড
Pharma-9ডাউনলোড

Issue-3:

নামলিংক
কভাৰডাউনলোড
Pharma-1ডাউনলোড
Pharma-2ডাউনলোড
Pharma-3ডাউনলোড
Pharma-4ডাউনলোড
Pharma-5ডাউনলোড
Pharma-6ডাউনলোড
Pharma-7ডাউনলোড
Pharma-8ডাউনলোড
Pharma-9ডাউনলোড

Issue-4:

নামলিংক
কভাৰডাউনলোড
Pharma-1ডাউনলোড
Pharma-2ডাউনলোড
Pharma-3ডাউনলোড
Pharma-4ডাউনলোড
Pharma-5ডাউনলোড
Pharma-6ডাউনলোড
Pharma-7ডাউনলোড
Pharma-8ডাউনলোড
Pharma-9ডাউনলোড
Downloads
TitleSizeDetail
১৮ ফেব্ৰুৱাৰী, ২০১৫2.51 MBswf-image
৪ ফেব্ৰুৱাৰী, ২০১৫2.65 MBswf-image
২৮ জানুৱাৰী, ২০১৫2.64 MBswf-image
২১ জানুৱাৰী, ২০১৫3.13 MBswf-image
৭ জানুৱাৰী, ২০১৫3.54 MBswf-image