মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Information, Public Relations, Printing & Stationery Department

পুথিভঁৰাল

  • এটি পুথিভড়ালক এখন সমাজৰ মগজু হিচাপে ক’ব পৰা যায়, আন ভাষাত পুথিভড়াল হৈছে এনে এক বাহন য’ত বিভিন্ন দস্তাবেজ, কিতাপ, পাণ্ডুলিপিৰ সংগ্ৰহ, সংগঠন, সংৰক্ষণ তথা সামাজিকীকৰণ কৰা হয়। চৰকাৰী তথা সমজুৱা পুথিভড়াল হিচাপে, ডিআইপিআৰ তথ্য কেন্দ্ৰই গণতন্ত্ৰক শক্তিশালী কৰাত এক মূখ্য ভূমিকা গ্ৰহণ কৰে। এই পুথিভড়াল পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অৱস্থিত।

    • এই পুথিভড়ালত সাহিত্য, ইতিহাস, সমাজবিজ্ঞান, ৰাষ্ট্ৰবিজ্ঞান, জীৱনী , সাংবাদিকতা আদি বিষয়ৰ ১১,০০০ তকৈ অধিক কিতাপৰ সংগ্ৰহ আছে।
    • আলোচনীসমূহৰ দুৰ্লভ সংগ্ৰহ, প্ৰেছ বাৰ্তা আদি পোৱা যায়।
    • ১৯৬৫ চনৰ পৰা বৰ্তমানলৈ সকলোবোৰ দৈনিক বাতৰিকাকতসমূহ যথাযথভাৱে ৰখা হৈছে।
    • ৰাইজৰ সেৱাৰ হকে অসমীয়া আৰু ইংৰাজীৰ ৮ খন দৈনিক পত্ৰিকা প্ৰকাশ হয়।