মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Information, Public Relations, Printing & Stationery Department

ভূমি আবণ্টন

  • চৰকাৰে জাৰ্ণেলিষ্ট ক’লনী নিৰ্মাণৰ বাবে বেলতলা মৌজাৰ অধীনৰ বেতকুচি গাঁৱত দাগ নম্বৰ ৩৩৩,৩৩৪ আৰু ৩৬৩ ৰ ১১ বিঘা ভূমি সঞ্চালক, তথ্য আৰু জনসংযোগ বিভাগ, অসমক আবণ্টন দিছে। ৰাজহ বিভাগৰ পৰা ভূমি দখলৰ দখলীস্বত্ব এতিয়াও লবলৈ বাকী আছে।