মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Information, Public Relations, Printing & Stationery Department

সাংবাদিকলৈ মিডিয়া ফেলোশ্বিপ

  • অসম চৰকাৰে গৱেষণা কৰা ৰাজ্যৰ উপযুক্ত সাংবাদিকসকলক মিডিয়া ফেলোশ্বিপ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। এই ফেলোশ্বিপৰ বাবে গ্ৰহণ কৰা হোৱা নিৰ্দেশনাৱলীসমূহ তথ্য আৰু জনসংযোগ বিভাগে শীঘ্ৰেই ঘোষণা কৰিব।

    ২০১৭-১৮ বিত্তীয় বৰ্ষৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীত প্ৰতি বছৰে ২০ টা এনে ফেলোশ্বিপ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।