মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Information, Public Relations, Printing & Stationery Department

LED বিলবোৰ্ড

  • তথ্য আৰু জনসংযোগ বিভাগে এল.ই.ডি বিলবোৰ্ড স্কীম নামেৰে এখনি নতুন আৰু ফলপ্ৰসূ মিডিয়া আঁচনি ৰূপায়ণ কৰিছে। ইয়াৰ ব্যৱস্থাপনা আৰু মোচন গ্ৰাফিক ডিজাইনৰ বাবে ৫০ লাখ টকা অবণ্টন কৰা হৈছে। এই আঁচনিৰ অধীনত চাৰিটা LED Billboard তলত উল্লেখ কৰা স্থানসমূহত স্থাপন কৰা হৈছে-:

    • অসম কৃষি বিশ্ববিদ্যালয় চৌহদ, খানাপাৰা। (AAU Campus, Khanapara)
    • অসম ৰাজ্যিক পৰিবহণ নিগমৰ বহু মহলীয়া গাড়ী ৰখোৱা স্থানৰ মূধচ, পল্টন বজাৰ।
    • ৰূপনাথ ব্ৰহ্ম আন্তঃৰাজ্যিক বাচ টাৰ্মিনেলৰ মূধচ মহল, বেতকুচি।
    • অসম সচিবালয়ৰ সন্মুখত, দিশপুৰ।

    এল.ই.ডি য়ে ৰাজ্য চৰকাৰৰ আকৰ্ষণীয় শ্লোগান/বাৰ্তা, উন্নয়ন আঁচনি/পৰিকল্পনা, কৃতিত্ব ইত্যাদি বিষয়সমূহৰ প্ৰদৰ্শন দাঙি ধৰে।