মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Information, Public Relations, Printing & Stationery Department

এককালীন সাহাৰ্য্য

  • অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন হিংসাত্মক ঘটনাত প্ৰাণহানি হোৱা সাংবাদিকসকলৰ নিকট আত্মীয়লৈ পাঁচ লাখকৈ (৫,০০,০০০) টকাৰ এককালীন সাহাৰ্য্য প্ৰদান কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। আৰু সেইবাবেই ২০১৭-১৮ বৰ্ষৰ বাজেটত ১ কোটি ৬০ লাখ টকাৰ প্ৰস্তাৱ প্ৰদান কৰা হৈছে। ইতিমধ্যে ৩২ গৰাকী মৃত সাংবাদিকৰ নিকট আত্মীয়ৰ তালিকা প্ৰস্তুত কৰা হৈছে।